অসমউৎসৱদৈনিক বাতৰি

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু, ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফাটবিহু। ফাটবিহুক লৈ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া পাৰৰ মহঘূলি চাপৰি। পুৱা পতাকা উত্তোলেনেৰে ফাটবিহুৰ বৰ্ণিল কাৰ্যসূচীৰ শুভাৰম্ভ। কৃষ্টি-সংস্কৃতিৰে ঢকুৱাখনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনাবাসীৰ নৈপাৰৰ ফাটবিহুক লৈ আনন্দৰ লহৰ। ঢোল-পেঁপা, তাল-গগণা আৰু বিহুনামেৰে মুখৰিত ঢকুৱাখনাৰ আকাশ-বতাহ। ফাটবিহুৰ আজি প্ৰথম দিনটোত বিয়লি ভাগত আৰম্ভ হ’ব টকা বিহু আৰু চেমনীয়াৰ হুঁচৰি। মিচিং, দেউৰী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় দলৰ কৃষ্টিৰে মুখৰিত হৈ পৰিছে চাৰিকড়ীয়াৰ পাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.