অসমআঞ্চলিকদৈনিক বাতৰি

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান। শোণিতপুৰৰ কেকোকলিত আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগ্ছ। চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ১৩টাকৈ ড্ৰাগ্ছভৰ্তি কণ্টেইনাৰসহ আটক কৰে ইন্তাজুল আলী নামৰ এটা ড্ৰাগ্ছ সৰবৰাহকাৰীক।

ড্ৰাগ্ছৰ বিৰুদ্ধে চাৰিদুৱাৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই গৈছে অভিযান। চলিত মাহতেই চাৰিদুৱাৰ আৰক্ষীয়ে ড্ৰাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগ্ছ। মে’ মাহত চাৰিদুৱাৰ আৰক্ষীৰ এইটো নৱমটো অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.