Assamassam policeleatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক…..

আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক.....

আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক

আদালতত হাজিৰ কৰোৱাই পুনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা

৩ দিনৰ ট্ৰেনজিট ৰিমাণ্ডত লৈছিল ক্ৰাইম

আৰক্ষীৰ জেৰাত মুখ খুলিছে প্ৰৱঞ্চক মানস চলিহাই

কেইবাগাকীও ব্যক্তিৰ পৰা ধন লোৱাৰ অভিযোগ মানসৰ বিৰুদ্ধে

২০২৩ত এটা পথ দুৰ্ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল মানসৰ

ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ

সিদ্ধাৰ্থৰ পৰা ধন লোৱাৰ অভিযোগ মানসৰ বিৰুদ্ধে

কেমেৰাৰ আগত মুখ খুলিছে সিদ্ধাৰ্থৰ পিতৃয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.