Internationalleatest updateWild lifeআন্তঃৰাষ্ট্ৰীয়আমেৰিকাবিশ্ব

দক্ষিণ আমেৰিকাৰ চিলিত বনজুইৰ সংহাৰী ৰূপ, জীৱন্তে অগ্নিদগ্ধ শতাধিক লোক…..

দক্ষিণ আমেৰিকাৰ চিলিত বনজুইৰ সংহাৰী ৰূপ

দক্ষিণ আমেৰিকাৰ চিলিত বনজুইৰ সংহাৰী ৰূপ

জীৱন্তে অগ্নিদগ্ধ শতাধিক লোক

বৰ্তমানেও বৃদ্ধি পাই আছে মৃতকৰ সংখ্যা

চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে হাজাৰ হাজাৰ লোকে

বনজুইত ছাৰখাৰ প্ৰায় ৪৩ হাজাৰ হেক্টৰ বৃহৎ অঞ্চল

এতিয়াও জুইৰ মাজত আবদ্ধ বহু হাজাৰ লোক

চিলিৰ কেওফালে এতিয়া মৃত্যুৰ বিভীষিকা

অগ্নিকাণ্ডৰ তাপমাত্ৰাত অসুস্থ বহু লোক

হেলিকপ্টাৰ, বিমানৰ সহায়ত জুই নুমুওৱাৰ চেষ্টা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.