অসমদৈনিক বাতৰি

পুনৰ আৰম্ভ হ’ল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা

বিগত দুটা দিনে ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি বৃদ্ধি হোৱাৰ বাবে বন্ধ হৈ আছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা

আজিৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা।
বিগত দুটা দিনে ব্ৰহ্মপুত্ৰ নদীৰ জলৰাশি বৃদ্ধি হোৱাৰ বাবে বন্ধ হৈ আছিল মাজুলী নিমাতী সংযোগী ফেৰী সেৱা। কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে এই ফেৰী সেৱা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button