অপৰাধঅসমঅসম আৰক্ষী

অভয়াকুঁটি কাণ্ডৰ আইনী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ! দোষীৰ শাস্তিক লৈ দুই পক্ষৰ অন্তিম যুঁজ…

প্ৰসংগঃ কোকৰাঝাৰৰ অভয়াকুঁটিৰ দলবদ্ধ ধৰ্ষণ

◾প্ৰসংগঃ কোকৰাঝাৰৰ অভয়াকুঁটিৰ দলবদ্ধ ধৰ্ষণ

◾অভয়াকুঁটি কাণ্ডৰ আইনী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

◾আৰম্ভ কোকৰাঝাৰ সত্ৰ আৰু সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতত

◾একেখন আদালতে ৭ এপ্ৰিলত দোষী সাব্যস্ত কৰিছিল ৩ অভিযুক্তক

◾দোষীৰ শাস্তিক লৈ চলিছে দুই পক্ষৰ অন্তিম যুঁজ

◾শাস্তিৰ ৰায়দান শুনিবলৈ উৎকণ্ঠা ৰাইজৰ মাজত

◾২০২১ চনৰ ১১ জুনত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা

◾৩ অভিযুক্ত ফৰিজুল ৰহমান, নাচিবুল আলী শ্বেখ, মোজাম্মেল শ্বেখ

◾আজি আদালতত চূড়ান্ত শাস্তিৰ ৰায়দান

◾ইতিমধ্যে আদালতে দোষী সাব্যস্ত কৰিছে ৩ অভিযুক্তক

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button