অপৰাধঅসমঅসম আৰক্ষী

২৪ ঘণ্টাত ৩টাকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ

মৰিগাঁও, কৰিমগঞ্জৰ পিছত কাজিৰঙাত গৰজিল আৰক্ষীৰ বন্দুক

◾২৪ ঘণ্টাত ৩টাকৈ এনকাউণ্টাৰ অসম আৰক্ষীৰ

◾মৰিগাঁও, কৰিমগঞ্জৰ পিছত কাজিৰঙাত গৰজিল আৰক্ষীৰ বন্দুক

◾বোকাখাতৰ বাগৰিত আৰক্ষীৰ এনকাউণ্টাৰ

◾আৰক্ষীৰ গুলীত গুলীবিদ্ধ আকিদুৰ ৰহমান

◾কাজিৰঙাৰ বালেশ্বৰধাবাৰ স্বত্বাধিকাৰীক কৰিছিল ধন দাবী

◾দাবী কৰা ধন নিবলৈ আহোতে চলিছিল আৰক্ষীৰ অভিযান

◾অভিযানত আৰক্ষীয়ে অভিযুক্তৰ বাহনলৈ কৰিছিল গুলীচালনা

◾খেদি খেদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আকিদুৰক

◾ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আন দুই সহযোগী

◾পুৱতি নিশা দুয়োজন সহযোগীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

◾অভিযানত আহত সহকাৰী উপ-পৰিদৰ্শক জয়ন্ত বৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + six =

Back to top button