অপৰাধঅসম

হোৱাটছএপত প্ৰেম কৰি পলায়ন কৰিলে মহিলাই! প্ৰেমিকে বিক্ৰী কৰি দিলে পশ্চিমবংগত…..

বহিঃৰাজ্যৰ ব্যক্তিৰ সৈতে পলায়ন মহিলাগৰাকীৰ

◾হোৱাটছএপত চিনাকি হৈ প্ৰেমত পৰিল এগৰাকী মহিলা

◾বহিঃৰাজ্যৰ ব্যক্তিৰ সৈতে পলায়ন মহিলাগৰাকীৰ

◾পশ্চিমবংগৰ পতিতালয়ত বিক্ৰী মহিলাগৰাকীক

◾এই ঘটনা সংঘটিত গোৱালপাৰাৰ ধূপধৰাত

◾দুমাহ পূৰ্বে মহিলাগৰাকী চিনাকি হৈছিল বিজয়ৰ সৈতে

◾ইছলামপুৰৰ পৰা মহিলাগৰাকীক উদ্ধাৰ ধূপধৰা আৰক্ষীৰ

◾মহিলাগৰাকীক উদ্ধাৰ কৰি গতাই দিয়ে পৰিয়ালক

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

1 + 10 =

লগতে পৰীক্ষা কৰক
Close
Back to top button