পৰ্যটন

পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা

ৰ্ঘটনাত তিনিজন লোকৰ মৃ*ত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ৫০ জনকৈ লোক

পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃ*ত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ৫০ জনকৈ লোক। জানিব পৰা মতে ভয়াবহ ধুমুহা আৰু ভূমিস্খলনৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে ।যাত্ৰীবাহী ৰে’লখনত প্ৰায় ১০০ জন লোক আছিল!জাৰ্মান চহৰৰ চিগমাৰিংগেনৰ পৰা উলম চহৰলৈ গৈ থকাৰ সময়তে সন্ধিয়া প্ৰায় ৬:১০ বজাত ৰে’লখন বনাঞ্চলত ৰে’লপথৰ পৰা ওলাই দুৰ্ঘটনাত পতিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.