ফটো

Optical Illusion: পাতৰ আঁৰত লুকাই থকা ভেকুলীটো বিচাৰি উলিয়াওঁক…

ফটোখন দেখিলে প্ৰথমতে এইখন সাধাৰণ ফটো যেন লাগিব। সেউজীয়া গছৰ পাতেৰে আৱৰি আছে ফটোখন। কিন্তু এই ফটোখনতে সেউজীয়া পাতৰ আঁৰত লুকাই আছে এটা ভেকুলী। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই ফটোখন ভালকৈ মন কৰকচোন।

অপ্টিকেল ইলিউজন অথবা চকুৰ বিভ্ৰম হৈছে প্ৰকৃততে নথকা কিবা এটা বস্তু দেখা অথবা আমাৰ চকুৱে কোনো এটা বস্তু ভুলকৈ দেখা। আমাৰ মগজুৱে অপ্টিকেল ইলিউজনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। আজি অপ্টিকেল ইলিউজন থকা এখন ফটো লৈ আহিছো আপোনালোকৰ বাবে। তলত দিয়া ফটোখনলৈ ভালকৈ মন কৰক।

ফটোখন দেখিলে প্ৰথমতে এইখন সাধাৰণ ফটো যেন লাগিব। সেউজীয়া গছৰ পাতেৰে আৱৰি আছে ফটোখন। কিন্তু এই ফটোখনতে সেউজীয়া পাতৰ আঁৰত লুকাই আছে এটা ভেকুলী। ইণ্টাৰনেটত ভাইৰেল হৈ পৰা এই ফটোখন ভালকৈ মন কৰকচোন।

ভেকুলীটোৰ গাৰ ৰং সেউজীয়া হোৱাৰ বাবে সেউজীয়া পাতৰ লগত মিলি গৈছে ভেকুলীটো। ফটোখন দেখি আপোনাৰ বাৰু আচৰিত লগা নাইনে? কেনেকৈনো পাতৰ আঁৰত ভেকুলীটো লুকাই আছে আপুনি চাওঁকচোন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.