অসমদৈনিক বাতৰি

লখিমপুৰ বধাকৰাত জব্দ গো-ভৰ্তি ট্ৰাক, ট্ৰাকখনৰ পৰা উদ্ধাৰ ১০টাকৈ গো-ধন

লখিমপুৰ বধাকৰাত জব্দ গো-ভৰ্তি ট্ৰাক, ট্ৰাকখনৰ পৰা উদ্ধাৰ ১০টাকৈ গো-ধন

লখিমপুৰ বধাকৰাত জব্দ গো-ভৰ্তি ট্ৰাক

ট্ৰাকখনৰ পৰা উদ্ধাৰ ১০টাকৈ গো-ধন

ৰাইজে ধৰি আৰক্ষীক গতাই দিলে ট্ৰাকখন

জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS-19AC-1275

মোছলেম আলীৰ নেতৃত্বত গো-সৰবৰাহ চলাৰ অভিযোগ

ৰহস্যজনক অৱস্থাত বগীনদী আৰক্ষীৰ ভূমিকা

গো-সৰবৰাহৰ ট্ৰেনজিৎ পইণ্টত কদম বধাকৰা অঞ্চল

চকুমুদা কুলিৰ ৰূপত লখিমপুৰৰ প্ৰশাসন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 10 =

Back to top button