Assamleatest updatepoliticalSocial

উমি উমি জ্বলা জুইকুৰাই বাৰুকৈয়ে দহিছে বিজেপিক!

ইন্দ্ৰাণী কাণ্ডই উদঙাইছে ৰাজ্যিক বিজেপিৰ ভিতৰ চ’ৰাৰ নগ্ন ছবি।

ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনাই জোকাৰিছে বিজেপি। উমি উমি জ্বলা জুইকুৰাই বাৰুকৈয়ে দহিছে এতিয়া বিজেপিক। ইন্দ্ৰাণী কাণ্ডই উদঙাইছে ৰাজ্যিক বিজেপিৰ ভিতৰ চ’ৰাৰ নগ্ন ছবি। অনুৰাগক লগত লৈ বামুনীমৈদামত আৰক্ষীৰ অভিযান। অনুৰাগ চলিহা থকা ভাড়াঘৰত আৰক্ষীৰ অভিযান। অভিযানত বহু নথি-পত্ৰ লাভ কৰিছে আৰক্ষীয়ে।

চাকৰি দিয়াৰ নামত টকা দিয়াৰ নথি-পত্ৰ লাভ আৰক্ষীৰ। টকা দি চাকৰি প্ৰত্যাশাত থকা বহু প্ৰাৰ্থীৰ পত্ৰ লাভ। জব্দ স্বাস্থ্য বিভাগ, PNRD বিভাগৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। নলবাৰীতো অসীম চক্ৰৱৰ্তীক লগত লৈ আৰক্ষীৰ অভিযান। অভিযানত ওলাইছে ন ন তথ্য।

৪০জন লোকৰ পৰা চাকৰি দিম বুলি টকা লৈছিল অসীমে। নলবাৰী থানাত ভিৰ কৰিছে চাকৰিপ্ৰত্যাশীয়ে। বিজেপি নেতা গাজিউৰ ৰহমানৰ বাসগৃহতো অভিযান। লগত আছিল গংগাপুৰ গাঁৱৰ গাঁওবুঢ়া পহৰউল্লা আলী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.