অসমআঞ্চলিকদৈনিক বাতৰি

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্যহস্তীৰ মৰ্নিং চফৰ

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্যহস্তীৰ মৰ্নিং চফৰ

নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্যহস্তীৰ মৰ্নিং চফৰ৷ খাদ্যৰ অভাৱত জনাঞ্চল হৈ পৰিছে এতিয়া বন্যহস্তীৰ বিচৰণ, অবস্থান৷  গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বিভিন্ন গাৱঁত নিশা হলেই উপদ্ৰৱ চলাই হাতীৰ জাকটোৱে৷ পুৱা এনেদৰে বাহবাৰী, ফুলনি গাওঁ আদি গাৱঁৰ মাজেৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি লেটেকুজান চাহ বাগিচাত অবস্থান বন্যহস্তীৰ জাকটোৰ৷

পুৱাই হাতীৰ জাকটোৰ মৰ্ণিং চফৰ প্ৰত্যক্ষ কৰি পথৰ দুয়োপাৰে জুম বান্ধিছে স্থানীয় লোকে৷ পথটোত কিছু সময় ধৰি আবদ্ধ হৈ পৰে যান- বাহনো৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 10 =

Back to top button