অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত মাজুলী, অতিৰিক্ত উপায়ুক্তৰ এছক’ৰ্ট বাহনে মহটিয়ালে ২ ছাত্ৰক

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত মাজুলী

অতিৰিক্ত উপায়ুক্তৰ এছক’ৰ্ট বাহনে মহটিয়ালে ২ ছাত্ৰক

থিতাতে নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ অয়নজ্যোতি বণিয়া

গুৰুতৰভাৱে আহত দশম শ্ৰেণীৰ ছাত্ৰ মলয় নাথ

মাজুলীৰ বৰগুৰি চাৰিআলিত এই দুৰ্ঘটনা

গড়মূৰলৈ আহি থকা অৱস্থাতে খুন্দিয়াই এছক’ৰ্টখনে

আৰক্ষীৰ বাহনখনৰ পৰা উদ্ধাৰ সুৰাৰ বটল

ৰাইজে কৰায়ত্ত কৰে বাহনসহ আৰক্ষীৰ লোকসকলক

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন CRPF বাহিনী

ঘটনাস্থলীত উপস্থিত SP, প্ৰশাসনিক বিষয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.