অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বাক্সাৰ গোৰে্শ্বৰত শুক্লাই নৈৰ খহনীয়াৰ কালৰূপ, নৈৰ কোবাল সোঁতে ভাঙিছে পথৰ বৃহৎ অংশ

ৰাজ্যৰ শেহতীয়া বানে বিভিন্ন অঞ্চলত বিভিষিকাৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে বাক্সাৰ গোৰেশ্বৰতো বিস্তৰ ক্ষতিসাধন কৰে।

গোৰে্শ্বৰত শুক্লাই নৈৰ খহনীয়াৰ কালৰূপ।

নৈৰ কোবাল সোঁতে ভাঙিছে পথৰ বৃহৎ অংশ।

বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ঠায়ে ঠায়ে নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

নাওকাটা-তামুলপুৰ সংযোগী পথৰ নিজ-ঝাৰগাঁ‌ৱত পথৰ বৃহৎ অংশ শুক্লাই নৈয়ে খহায় নিয়াত ফলত সম্পূৰ্ণৰূপে যাতায়ত ব্যাহত হৈ পৰিছে দুয়োপাৰৰ ৰাইজৰ।

শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কেইবাটাও পৰিয়ালৰ ঘৰ-মাতি নৈত বিলিন হোৱাৰ আশংকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.