Socialঅসমআঞ্চলিক

মিঠাই খোৱাৰ অভ্যাস আছে নেকি? এতিয়াৰে পৰা গাখীৰ খাবলৈও চিন্তা কৰিব লাগিব

এইবাৰ বৃদ্ধি পালে গাখীৰৰ মূল্য৷ প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি কৰা হৈছে দাম৷ সমান্তৰালকৈ বৃদ্ধি হ’ব গাখীৰেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্যও

মিঠাই খোৱাৰ অভ্যাস আছে নেকি? এতিয়াৰে পৰা চিন্তা কৰিব লাগিব গাখীৰ খাবলৈও

এইবাৰ বৃদ্ধি পালে গাখীৰৰ মূল্য৷ প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ বৃদ্ধি কৰা হৈছে দাম৷ সমান্তৰালকৈ বৃদ্ধি হ’ব গাখীৰেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্যও৷ আগষ্টৰ প্রথম সপ্তাহৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৪ টকাকৈ মূল্য বৃদ্ধিৰ সিদ্ধান্ত৷ এই সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী গৌ-পালক সংস্থাৰ৷

পূৰ্বতে গাখীৰৰ খুটি মূল্য আছিল ৫০ টকা৷ অহা ১ আগষ্টৰ পৰা খুটি মূল্য ৪ টকা বৃদ্ধি কৰি ৫৪ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৌ পালক সন্থাই। মহানগৰীত কাৰ্যকৰী কৰা হ’ব এই মূল্য৷

উল্লেখযোগ্য যে গুৱাহাটী গৌ পালক সংন্থাৰ অধীনত ১০৫০খন ফাৰ্ম। প্ৰতিদিনে উৎপাদন হয় ১ লাখ ৫১ হাজাৰ ২০০ লিটাৰ গাখীৰ। অৰ্থাৎ মহানগৰীত পাইকাৰী মূল্য ৬৫টকালৈ বৃদ্ধি হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 19 =

Back to top button