অসমআঞ্চলিক

  ৭৫বছৰ পূৰ্ণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বৰ ন্যায়িক সেৱাৰ অন্যতম পীঠস্থান গুৱাহাটী উচ্চ ন্যায়ালয়ে সম্পূৰ্ণ কৰিলে ৭৫টা বছৰ। ১৯৪৮ চনৰ ৫ এপ্ৰিলত প্ৰতিস্তা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আজি অনুষ্ঠিত হৈ যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজেজু।

লগতে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে ‘হিষ্ট্ৰি এণ্ড হেৰিটেজ’ গ্ৰন্থৰ অসমীয়া সংস্কৰণ। লেখক পদ্মশ্ৰী অৰূপ কুমাৰ দত্তক সম্বৰ্ধনা মুখ্য ন্যায়াধীশৰ। মুকলি কৰা হয় গৌহাটী হাইক’ৰ্টৰ মহাৰজত জয়ন্তীৰ ডাকটিকট। ভাৰতৰ আদালতসমূহক কাগজমুক্ত কৰাৰো লক্ষ্য। Ecourt ব্যৱস্থা প্ৰয়োগৰ বাবে ৭ হাজাৰ কোটি ব্যয় কৰিব কেন্দ্ৰই। এই ধন বাজেটত ধাৰ্য কৰিছে বুলি প্ৰকাশ কেন্দ্ৰীয় আইনমন্ত্ৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.