অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এটা চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অসন্মান, পতাকা উত্তোলন কৰিবলৈ আহৰি নহ’ল কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ

এটা চৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকাক চৰম অসন্মান

পতাকা উত্তোলন কৰিবলৈ আহৰি নহ’ল কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ

উত্তোলন নকৰাকৈ বাঁহৰ কামিত আঁৰি থ’লে ৰাষ্ট্ৰীয় পতাকাখনক

ধুবুৰী জিলাৰ চাপৰৰ শালকোচাৰ ডাক বিভাগৰ এই ঘটনা

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৰাইজৰ মাজত

যিটো সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে চৰকাৰী কাৰ্যালয় সমূহত ৰাষ্ট্ৰীয় পতাকাখনক সন্মান সহকাৰে উত্তোলন কৰিবলৈ আহ্বান জনাইছে, সেই সময়তে কেন্দ্ৰীয় চৰকাৰৰ ডাক বিভাগৰ এনে কৰ্মই লজ্জিত কৰিছে শালকোচাবাসীক। এনে কাৰ্যক তিব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ ওপৰত উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আক্ৰাছুৰ লগতে শালকোচাৰ সচেতন মহলে ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.