Assamassam policeCity newsCMO AssamEducationGovernment SchemeHimanta Biswa SarmaInternationalleatest updatenationalnorth eastPMo indiapoliticalRegionalSocialSocial Networkঅসমঅসম আৰক্ষীআন্তঃৰাষ্ট্ৰীয়মেঘালয়

 ‘অৰুণাচলে নলয় কোনো শৰণাৰ্থীৰে বোজা’

CAA সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

কাৰ সন্দৰ্ভত বিভিন্নধৰণৰ চৰ্চা চলি থকাৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ বিশেষ মন্তব্যই চৰ্চিত হৈ পৰিছে ।   CAA সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য । ‘অৰুণাচলে নলয় কোনো শৰণাৰ্থীৰে বোজা’ । ‘অৰুণাচল এৰি যাব লাগিব চাকমা-হাজং শৰণাৰ্থীয়ে’ । ‘অৰুণাচলত ইনাৰ লাইন পাৰ্মিটৰ বাবে নাপায় সংস্থাপন’ । লোকসকলক সংস্থাপন দিয়া হ’ব অসমতঃ কিৰেণ ৰিজিজু । ‘ইতিমধ্যে গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰে আলোচনা হৈছে’ । ৰিজিজুৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.