AssamCMO AssamElectionSocialSocial Networkঅসমআঞ্চলিকদৈনিক বাতৰিভ্ৰমণ

বিভ্ৰান্ত সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰৰ পাইলট

GOOGLE মেপে বিভ্ৰান্ত কৰিলে সোণোৱালৰ পাইলটক!

মাজুলীৰ আঁহতগুৰি নে মৰিগাঁৱৰ আঁহতগুৰি? বিভ্ৰান্ত সৰ্বানন্দ সোণোৱালৰ হেলিকপ্টাৰৰ পাইলট । GOOGLE মেপে বিভ্ৰান্ত কৰিলে সোণোৱালৰ পাইলটক ! মাজুলীৰ আঁহতগুৰিৰ পৰিৱৰ্তে পালেগৈ মৰিগাঁৱৰ আঁহতগুৰি । মাজুলীৰ ফুলনিৰ পৰা উৰা মাৰিছিল সোণোৱালৰ হেলিকপ্টাৰ । মৰিগাঁৱৰ পৰা উভতি কমলবাৰীত অৱতৰণ হেলিকপ্টাৰৰ । কমলাবাৰীত সোণোৱালৰ নিৰ্বাচনী সভা সম্বোধন । যোৰহাটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + fifteen =

Back to top button