অসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰিপৰিৱেশবতৰ

আগন্তুক তিনি দিনলৈ ৰাজ্য়ত হাই এলাৰ্ট জাৰি!

এইবাৰ যেন আগতীয়াকৈ আহিছে বাৰিষা!

ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ।

ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে হৈছে বিস্তৰ ক্ষতিসাধন।

আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনকি বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ২৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২১ ডিগ্ৰী চেলছিয়াছ হ’ব।

কেৱল গুৱাহাটীতে নহয় উজনি, নামনী ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে তীব্ৰ বতাহ-বৰষুণ হোৱাৰ আগজাননীৰ কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.