অসমদুৰ্ঘটনা

পানবজাৰত অগ্নিকাণ্ড, কামাখ্যা কমাৰ্চিয়েল এপাৰ্টমেণ্টত অগ্নিৰ সূত্ৰপাত…

সাতখনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ দ্বাৰা অগ্নি নিৰ্বাপনৰ চেষ্টা

◼মহানগৰীৰ পানবজাৰৰ হৰিসভাত ভয়ংকৰ অগ্নিকাণ্ড

◼কামাখ্যা কমাৰ্চিয়েল এপাৰ্টমেণ্টত সংঘটিত হয় এই ঘটনা

◼বিদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ

◼অগ্নিকাণ্ডত জাহ গ’ল কেইবালাখ টকাৰ সা-সামগ্ৰী

◼অগ্নিকাণ্ডৰ ফলত গুৰুতৰভাৱে অসুস্থ এজন লোক

◼সাতখনতকৈ অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ দ্বাৰা অগ্নি নিৰ্বাপনৰ চেষ্টা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − eight =

Back to top button