অৰ্থনৈতিকঅসমগুৱাহাটী

গুৱাহাটীৰ চেণ্ট্ৰেল মলত এইচ.ডি.এফ.চি বেঙ্কে মুকলি কৰিলে ফেষ্টিভ ট্ৰিটচ্ ৩.০ অভিযান

ফেষ্টিভ ট্ৰিটচ্ৰ বিষয়বস্তু "কৰো হৰ দিল ৰোশন"

এইচ.ডি.এফ.চি বেঙ্কে মুকলি কৰিলে ফেষ্টিভ ট্ৰিটচ্ ৩.০।

গুৱাহটি, ১২ অক্টোবৰ ২০২১: এইচ.ডি.এফ.চি বেঙ্কে মুকলি কৰিছে ফেষ্টিভ ট্ৰিটচ্ ৩.০ অভিযান গুৱাহাটীৰ চেণ্ট্ৰেল মলত।

বেংকৰ এই বছৰৰ ফেষ্টিভ ট্ৰিটচ্ ত থাকিব ক্ৰেডিট কার্ড, লোন আৰু সহজ ই এম আইব বাবে ১০,০০০তকৈ অধিক অফাৰ। এই বছৰৰ ফেষ্টিভ ট্ৰিটচ্ ৰ বিষয়বস্তু অনুযায়ী “কৰো হৰ দিল ৰোশন”, এই বিশ্বাসপ্ৰতিফলিত কৰে যে যিকোনো সৰু কাৰ্যই আনৰ জীৱন সলনি কৰিব পাৰে।এই অভিযানটো আৰম্ভ কৰা হৈছিল এইচ.ডি.এফ.চি. বেঙ্ক লিমিটেডৰ জোনেল হেড আৰু এইচ.ডি.এফ.চি. বেঙ্কৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.