অসমজীৱনশৈলী

মাডাৰ্ছ অ’ল্ড এজ হোমৰ বেমেজালিত পৰিল মুখ্যমন্ত্ৰীৰ নজৰ

উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ সংঘাতৰ বাবে সৃষ্টি হৈছিল বেমেজালিৰ

মাডাৰ্ছ অ’ল্ড এজ হোমৰ বেমেজালিত পৰিল মুখ্যমন্ত্ৰীৰ নজৰ

হতীগাঁওস্থিত মাডাৰ্ছ অ’ল্ড এজ হোম পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিত নজৰ পৰিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বৃদ্ধাশ্ৰমখনত সংঘটিত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন জিলা উপায়ুক্তক ৭২ ঘণ্টাৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীৰয়ে। লগতে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মাডাৰ্ছ অ’ল্ড এজ হোমৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবলৈও নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীৰয়ে।

উল্লেখযোগ্য যে, কিছুদিন ধৰি মাডাৰ অ’ল্ড এজ হোমত উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ সংঘাতৰ বাবে সৃষ্টি হৈছিল বেমেজালিৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.