Covid-19অসমস্বাস্থ্য

বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত দুহেজাৰৰো অধিক লোক

ক’ভিডত আক্রান্ত হৈছে ২,৭৮১গৰাকী লোক

বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২,৭৮১গৰাকী লোক। ৰাজ্যত ক’ভিডত আক্রান্তৰ হাৰ ২.২৪ শতাংশ ।

কামৰূপ (ম)ত ক’ভিডত আক্রান্ত হৈছে ১৬২ গৰাকী। ২৪৯ গৰাকীৰে সৰ্বাধিক আক্ৰান্ত হৈছে গোলাঘাট জিলাত। ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু ৩৪ গৰাকী ক’ভিড ৰোগীৰ। আৰোগ্যৰ হাৰ ৯২.৮৪ শতাংশ। শুকুৰবাৰে ৰাজ্যত সুস্থ হৈ উঠিছে ৩,৬০৪ গৰাকী লোক। বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ২৯,৬৬৭ গৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button