Assamঅসমজন্তুদৈনিক বাতৰি

হাইলাকান্দিৰ পাঁচগ্ৰামত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেইবাজনো লোক

হাইলাকান্দিৰ পাঁচগ্ৰামত বান্দৰৰ উপদ্ৰৱ

হাইলাকান্দিৰ পাঁচগ্ৰামত বান্দৰৰ উপদ্ৰৱ

বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেইবাজনো লোক

বান্দৰ খেদিবলৈ তৎপৰ বন বিভাগ

বিগত কিছুদিনৰ পৰা হাইলাকান্দি জিলাৰ পাচগ্ৰাম, কাটাখাল, কালিনগৰকে ধৰি বিভিন্ন অঞ্চলত বান্দৰে উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে। সোমবাৰে বান্দৰে আক্ৰমণত গুৰুতৰভাৱে আহত হয় পাচগ্ৰামৰ এগৰাকী ছাত্ৰ। ঘটনাৰ পিছতে স্থানীয় ৰাইজে বন বিভাগৰ কাৰ্যালয়ত এই সন্দৰ্ভত অভিযোগ কৰে।  আজি বন বিভাগে পাচগ্ৰামৰ বিভিন্ন অঞ্চলত বান্দৰ খেদিবৰ বাবে অভিযান চলায় বন বিভাগৰ লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.