অপৰাধঅসম

মহানগৰীত পুনৰ জঘন্য ঘটনা! গাৰ্লছ হোষ্টেলতে বলাৎকাৰ যুৱতীক

প্ৰথমে সুন্দৰীৰ সৈতে সুৰাৰ পাৰ্টি, তাৰ পিছতে এই জঘন্য ঘটনা

◾মহানগৰীত বশিষ্ঠত জঘন্য কাণ্ড

◾গাৰ্লছ হোষ্টেলৰ ৬নং কোঠাত বলাৎকাৰ যুৱতীক

◾প্ৰথমে সুন্দৰীৰ সৈতে সুৰাৰ পাৰ্টি, তাৰ পিছতে এই জঘন্য ঘটনা

◾লালমাটিৰ বিচু নামৰ যুৱকজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ

◾ৰামদিয়াৰ যুৱতীক হোষ্টেলৰ কোঠাত চলালে যৌন আতিশায্য

◾১ মে’ সংঘটিত হৈছিল এই জঘন্য ঘটনা

◾২মে’ত ঘটনা সন্দৰ্ভত হাজো থানাত অভিযোগ দাখিল ভুক্তভোগীৰ

◾বশিষ্ঠ আৰু হাজো থানাৰ অভিযানত আটক অভিযুক্তক

◾অভিযান চলালে বশিষ্ঠ মন্দিৰৰ সমীপত থকা গাৰ্লছ হোষ্টেলত

◾প্ৰতিদিনে বন্ধ কোঠাত অসামাজিক কাৰ্যকলাপ চলাৰ অভিযোগ

◾তিলক তালুকদাৰৰ নেতৃত্বত অসামাজিক কাৰ্যকলাপ চলাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − three =

Back to top button