leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

গুৱাহাটী বাসীৰ বাবে সুখবৰ! দেশৰ ভিতৰতে মহানগৰীত হ’ব দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেতু …

প্ৰায় ৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই উৰণীয়া সেতু৷

গুৱাহাটী বাসীৰ বাবে সুখবৰ! দেশৰ ভিতৰতে মহানগৰীত হ’ব দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেতু ৷ এই সেতুখন হব চাৰিলেন যুক্ত। নুনমাটিৰ পৰা সন্দিকৈ মহাবিদ্যালয়লৈ নিমাৰ্ণ কৰা হব সেতুখন।

প্ৰায় ৮৫২.৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব এই উৰণীয়া সেতু৷ ইয়াৰ দৈৰ্ঘ্য হ’ব ৫.৪ কিলোমিটাৰ৷ ৰাজ্যিক কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই৷

উল্লেখেয যে, এই উৰণ সেতুখনৰ যোগেদি গুৱাহাটীৰ মহানগৰীৰ যান-জঁটৰ সমস্যা বহু হ্ৰাস পাব বুলি আশা চৰকাৰৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + four =

Back to top button