Assamassam policeGovernment Schemenorth eastRegionalSocialSocial Networkঅসমআঞ্চলিক

মাজুলীৰ অফলামূখত ফেৰীত অঘটন

গৰু বিহুৰ দিনা নিমাতী অফলামূখ ফেৰীত অঘটন সংঘটিত হয়

নিমাতী মাজুলী অফলামূখত ফেৰীত অঘটন। নিমাতিৰ পৰা মাজুলী অভিমুখে আহি থকা এছ বি চেনিমাইত সোমাল পানী
যাত্ৰীৰ মাজত লাগিল হুৱাদুৱা । পুৱা ৭:৩০ বজাত নিমাতীৰ পৰা অফলামুখ অভিমুখে আহিছিল ফেৰি খনত চাৰিখন গাড়ী সহ কেইবাখনো বাইক আছিল ফেৰি খনত । গৰু বিহু দিনা নিমাতী অফলামূখ ফেৰীত এক অঘটন সংঘটিত হয়। প্ৰিয়ানুজ নামৰ আন এখন ফেৰীৰে উদ্ধাৰ কৰে যাত্ৰী সকলক । বৰ্তমান যাত্ৰী সকলক সুকলমে অফলামূখ ফেৰী ঘাটলৈ লৈ অনা হয় । বিভাগীয় তথ্য অনুসৰি ৮০ জন যাত্ৰী বাইক ২৬ খন আৰু চাৰীখন চাৰি চকীয়া বাহন আছিল ফেৰী খনত । অত্যাধিক যাত্ৰী কঢ়িয়াই অনাৰ অভিযোগ স্থানীয় লোকৰ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.