অসমপ্ৰাকৃতিক দুৰ্যোগ

পুনৰ ৰাজ্য জোকাৰি গ’ল ভূমিকম্পই!

পুৱা ১০ বাজি ১৯ মিনিটত অনুভূত হৈছিল এই কঁপনি

ৰাজ্য জোকাৰি গ’ল ভূমিকম্পই।
পুনৰ ৰাজ্যত মৃদু ভূমিকম্পৰ জোকাৰণি। পুৱা ১০ বাজি ১৯ মিনিটত অনুভূত হৈছিল এই কঁপনি। ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাত বুলি জানিব পৰা যায় যদিও, উজনি অসমকে ধৰি গুৱাহাটী মহানৰগতো ভূমিকম্পৰ কপনি অনুভূত হৈছিল। এতিয়ালৈকে কোনো ঠাইৰ পৰা ক্ষয়-পৰিলক্ষিত হোৱা নাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button