leatest updatePMo indiaSocialspace

ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন।

পুনৰবাৰ বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO।

ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে আজি এক ঐতিহাসিক দিন। পুনৰবাৰ বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ISRO। ১২৬ দিনৰ যাত্ৰাৰ অন্তত অৱশেষত সফসতাৰে বিয়লি ৪ বজাত লক্ষ্যত উপনীত হ’ল আদিত্য L-1। টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে এই কথা।

লিগ্ৰেঞ্জ পইণ্ট ৱানত উপনীত হ’ল ISROৰ প্ৰথম সূৰ্য অভিযান সূৰ্যযান আদিত্য L-1। পৃথিৱীৰ পৰা ১৫ লাখ কি.মি. দূৰত্বত অৱস্থিত L-1 পইণ্ট। ১২৬ দিনৰ যাত্ৰাৰ অন্তত সূৰ্যযানে ৰচিলে অভিলেখ। হেল’ অৰবিটত ৫ বছৰ কাৰ্যক্ষম হৈ থাকিব ADITYA L-1

উল্লেখ্য যে, ২ ছেপ্টেম্বৰ ২০২৩ত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল সূৰ্যযান ADITYA L-1। PSLV-C57ৰ XL শ্ৰেণীৰ ৰকেটেৰে পুৱা ১১.৫০ বজাত উৎক্ষেপণ কৰা হৈছিল ADITYA L-1ক। পৃথিৱী আৰু সূৰ্যৰ গুৰুত্বকাৰ্ষণ শূন্যৰ অৱস্থান L1 অথবা লেংগ্ৰেজ পইণ্টৰ পৰা সূৰ্যৰ ওপৰত অধ্যয়ন চলাব আদিত্য-L1এ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.