অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি, অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা আভ্যন্তৰীন জল পৰিবহন বিভাগৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি

শীঘ্ৰে বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা

মঙলবাৰৰ পৰা বন্ধ গুৱাহাটী-উঃ গুৱাহাটী ফেৰীসেৱা

অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা আভ্যন্তৰীন জল পৰিবহন বিভাগৰ

জলস্তৰ বৃদ্ধিৰ বাবে বন্ধ হৈ পৰিছে মধ্যমখণ্ড ঘাটৰ ফেৰী

ৰজাদুৱাৰ ঘাটো পানীত বুৰ যোৱাৰ উপক্ৰম

কাঠৰ টুকুৰা, জাৱৰৰ বাবে জাহাজ চলাচলত প্ৰতিবন্ধকতা

পাৰাপাৰৰ বাবে বাছ সেৱা প্ৰৱৰ্তনৰ দাবী ফেৰী যাত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.