অসমদুৰ্ঘটনা

গোসাঁইগাঁৱত শোকাৱহ দুৰ্ঘটনা। জীৱন্তে অগ্নিদগ্ধ হয় দুই চালক

 NL-01AE-8064 আৰু MH-43Y-7201 নম্বৰৰ দুখন টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰ দুখনৰ চালক দুগৰাকী অগ্নীদগ্ধ হৈ গাড়ীৰ ভিতৰতে মৃত্যুমুখত পৰে৷

গোসাঁইগাঁৱৰ কদমগুৰিত শোকাৱহ দুৰ্ঘটনা। জীৱন্তে অগ্নিদগ্ধ হ’ল দুই চালক।

NL-01AE-8064 আৰু MH-43Y-7201 নম্বৰৰ দুখন টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰ দুখনৰ চালক দুগৰাকী অগ্নীদগ্ধ হৈ গাড়ীৰ ভিতৰতে মৃত্যুমুখত পৰে৷ অৱশ্য এগৰাকী খালাচী কোনোমতে গাড়ীৰ পৰা ওলাই ৰক্ষা পৰে যদিও আঘাত প্ৰাপ্ত হয়৷ আহত খালাচী গৰাকীক ইতিমধ্যে আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু অগ্নী নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰি আজি পুৱা মৃতদেহ দুটা উদ্ধাৰ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button