অপৰাধঅসম

গহপুৰত সোণৰ নাও বিকী উধাও ব্যৱসায়ী!

গহপুৰৰ গৰুধোৱাডুবিত উদ্ধাৰ নকল সোণৰ নাও

গহপুৰৰ গৰুধোৱাডুবিত উদ্ধাৰ নকল সোণৰ নাও।

গৰুধোৱাৰ চিনাধৰ তাতি নামৰ লোক জনৰ ঘৰত মধ্য প্ৰদেশৰ পৰা অহা ৩জন লোকক নকল সোন ব্যৱসায় লগত জড়িত এটা দলে সোনৰ নাওঁ এখন দি ৫ লাখ টকা লৈ সেই স্থানৰ পৰা উধাও হয়৷

কিন্তু নাও ক্ৰয় কৰা লোক কেইজনে পৰীক্ষা কৰাত নকল বুলি প্ৰমাণিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে মধ্য প্ৰদেশৰ অৰবিন্দ পাঠক, দেবেন্দ পাঠক, ৰাজেশ ব্ৰহ্মা আৰু গাড়ী চালক গুৱাহাটীৰ মানিক সিঙক অটক কৰি আৰক্ষীক গতাই দিয়ে৷

ইয়াৰ ওপৰিও গৰু ধোৱা ডুবিৰ চিনাধৰ তাতিকো আটক কৰি আৰক্ষীক চমজায় দিয়ে৷ আৰক্ষীয়ে কেওজনকে আটক কৰি সোধপোচ অব্যাহত ৰাখিছে৷

আনহাতে , ঘটনাটোত ব্যৱহাৰৰ হোৱা বগা ৰঙৰ চুইফ গাড়ী এখনো আৰক্ষীয়ে জব্দ কৰিছে৷ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.