অসমদুৰ্ঘটনা

ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত জাহ যায় ঘৰ-দুৱাৰৰ লগতে বহু সা-সম্পত্তি

অগ্নিকাণ্ডৰ ফলত নিশেষ হৈ যায় ঘৰ দুৱাৰ, বয়-বস্তুৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী

মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ ঘৰ দুৱাৰ।
ৰঙাচাহী নলনি মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা। বিজু নৰহৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
অগ্নিকাণ্ডৰ ফলত নিশেষ হৈ যায় ঘৰ দুৱাৰ, বয়-বস্তুৰ লগতে লক্ষাধিক টকাৰ সা-সামগ্ৰী। বহু প্ৰচাষ্ঠাৰ পাছত অগ্নিনিৰ্বাপক গাড়ী আহি জুই নুমোৱাবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − ten =

Back to top button