অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! জব্দ প্ৰায় ১০ কোটি মূল্যৰ হেৰ’ইন

১১৫টা চাবোনৰ বাকচত আছিল হেৰ’ইন

◾ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

◾ বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

◾ পুৱতি নিশা সংঘটিত হয় এই ঘটনা

◾ বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক কৰিছিল দুজনক

◾খটখটী আৰক্ষীয়ে জব্দ কৰিছিল ড্ৰাগছখিনি

◾ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি

◾ ১১৫টা চাবোনৰ বাকচত আছিল হেৰ’ইন

◾ চাবোনৰ বাকচত আছিল ১কেজি ৬০০ গ্ৰাম হেৰ’ইন

◾ ভৰিত গুলী লাগে ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনৰ

◾ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা চলাওতেই গুলীচালনা

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button