অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

নগাঁৱৰ কন্দলী কচুবস্তিত নৃশংস হত্যাকাণ্ড। সুৰাপায়ী স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ।

সুৰাপায়ী স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ...

নগাঁৱৰ কন্দলী কচুবস্তিত নৃশংস হত্যাকাণ্ড

সুৰাপায়ী স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

বাঁহেৰে কোবাই কোবাই হত্যা কৰিলে পত্নীক

মৃত্যু সবিকণ বসুমতাৰী নামৰ মহিলাগৰাকীৰ

পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হত্যাকাণ্ড

হত্যাকাৰী স্বামী প্ৰদীপ বসুমতাৰীক আটক আৰক্ষীৰ

নিহত সবিকণ বসুমতাৰীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + seventeen =

Back to top button