দৈনিক বাতৰিবলিউডবোলছবিভাৰত

কথক সম্ৰাট আৰু নাই! হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বিৰজু মহাৰাজে…

বিৰজু মহাৰাজৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমীৰ লগতে আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে

কথক সম্ৰাট পণ্ডিত বিৰজু মহাৰাজৰ দেহাৱসান।

নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বিৰজু মহাৰাজে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।
বিৰজু মহাৰাজৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছত কথক প্ৰেমীৰ লগতে আৰু বলীউডত এতিয়া শোকৰ ছাঁ পৰিছে। মাধুৰী দীক্ষিতৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় বচ্চন আদিকে কথক কলা শিকোৱা পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যু সমগ্ৰ বিশ্বত এক অপুৰণীয় ক্ষতি।

বহুতো চেলিব্ৰেটিয়ে সামাজিক মাধ্যমৰ জৰিয়তে কথক সম্ৰাট গৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.