অসমজন্তুদৈনিক বাতৰিবন্যপ্ৰাণী

তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতেঃ হাতীৰ আক্ৰমণত নিহত দুজনকৈ লোক

ৰাজ্যত অব্যাহত হস্তী-মানুহৰ সংঘাত

ৰাজ্যত অব্যাহত হস্তী-মানুহৰ সংঘাত। গোৱালপাৰা জিলাত তীব্ৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে।

বনৰীয়া হাতীৰ উপদ্ৰৱে দুৰ্বিসহ কৰি তুলিছে গ্ৰামাঞ্চলৰ জনজীৱনI পুৱা কুশধোৱা দেউলগুৰীত বন্যহস্তীৰ আক্ৰমণত নিহত হয় যুৱকসহ দুগৰাকী লোক। নিহত লোক দুজন যামিনী খাখলাৰী আৰু মোহিনী মোহন বসুমতাৰী। ধাননি পথাৰত যাওতে খেদি খেদি হত্যা কৰে দুয়োকে।

অঞ্চলটোত এতিয়াও বিচৰণ কৰি আছে এটা হাতীৰ জাক। সেই জাকৰ পৰা ফালৰি কাটি যোৱা দুটা প্ৰকাণ্ড হাতীয়ে আক্ৰমণ কৰে দুয়োকেI ঘটনাস্থলীত উপস্থিত বন বিভাগ আৰু আৰক্ষীৰ লোক। মৃতদেহ দুটা উদ্ধাৰ কৰে আৰক্ষীয়ে। ৰংজুলিৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত হাতীজাক নিয়ন্ত্ৰণৰ চেষ্টা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.