দুৰ্ঘটনাভাৰত

তামিলনাডুত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্তঃ হেলিকপ্টাৰখনত আছিল CDS বিপিন ৰাৱটসহ ১৪জন লোক

উদ্ধাৰ ৪ সেনা বিষয়াৰ মৃতদেহ

⬛CDS বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

⬛MI-17 V5 হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

⬛হেলিকপ্টাৰখনত আছিল ১৪গৰাকী যাত্ৰী

⬛অভিযানত উদ্ধাৰ ৪ সেনা বিষয়াৰ মৃতদেহ

⬛উটিৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা

⬛কৰ্ণাটক-তামিলনাডুৰ সীমান্তত সংঘটিত এই দুৰ্ঘটনা

⬛হেলিকপ্টাৰখনত আছিল পত্নীসহ CDS বিপিন ৰাৱাট

⬛ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান

⬛১৯ নৱেম্বৰতো সংঘটিত হৈছিল অনুৰূপ দুৰ্ঘটনা

⬛অৰুণাচল প্ৰদেশৰ দুৰ্ঘটনাত ১২জনৰ মৃত্যু হৈছিল

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button