Assamঅসমদৈনিক বাতৰি

ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল, লোকচানৰ দোহাই দি বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে APDCLএ

ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল, লোকচানৰ দোহাই দি বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে APDCLএ

ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। লোকচানৰ দোহাই দি বিদ্যুৎ মাচুল বৃদ্ধিৰ পৰিকল্পনা কৰিছে APDCLএ। ইতিমধ্যে APDCLএ এই সন্দৰ্ভত আনুষ্ঠানিক প্ৰস্তাৱ প্ৰদান কৰিছে বিদ্যুৎ নিয়ামক আয়োগক।

প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ১ টকা ২৯ পইছা বৃদ্ধিৰ প্ৰস্তাৱ কৰিছে APDCLএ। এই তথ্য পোহৰলৈ অহাৰ পিছতে APDCLৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। ক্ষোভ প্ৰকাশ কৰিছে সাধাৰণ বিদ্যুৎ গ্ৰাহকেও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.