Assamঅসমআঞ্চলিকদৈনিক বাতৰি

গোৰেশ্বৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, পথচাৰীক মহতিয়ালে তীব্ৰবেগী ডাম্পাৰে

গোৰেশ্বৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, পথচাৰীক মহতিয়ালে তীব্ৰবেগী ডাম্পাৰে

গোৰেশ্বৰৰ ভোগপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

পথচাৰীক মহতিয়ালে তীব্ৰবেগী ডাম্পাৰে

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে অভিভাৱকক খুন্দা

গুৰুতৰভাৱে আহত বাবুল আলীক GMCHলৈ প্ৰেৰণ

স্থানীয় ৰাইজে চালকসহ আৱদ্ধ কৰে ডাম্পাৰখন

দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে ভোগপুৰবাসী

আৰক্ষী উপস্থিত হোৱাৰ পাছতেই সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ

আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত স্থানীয় ৰাইজ

উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰসাশনে ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতিপুৱা ১০ বজালৈ ডাম্পাৰৰ লগতে ডাঙৰ যান বাহনৰ চলাচল বন্ধ ৰাখিছিল যদিও প্ৰসাশনে এতিয়াও এইসমূহ ডাম্পাৰক নাকি লগাব পৰা নাই । প্ৰশাসনৰ লগতে বন বিভাগ ব্যৰ্থ হোৱা ডাম্পাৰৰ দৌৰাত্মত এতিয়া অতিষ্ঠ হৈছে অঞ্চলটোৰ ৰাইজ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.