leatest updateঅসম

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল। শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত।

অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে উপস্থিত থাকে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.