Assamঅসমদৈনিক বাতৰি

দুলীয়াজানৰ তৈলখাদত বিস্ফোৰণ, এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই পৰিস্থিতি

দুলীয়াজানৰ তৈলখাদত বিস্ফোৰণ, এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই পৰিস্থিতি

দুলীয়াজানৰ তৈলখাদত বিস্ফোৰণ

এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই পৰিস্থিতি

অনাহাৰে থাকিবলগীয়া হৈছে অঞ্চলবাসী

নিশাৰে পৰা ৰন্ধন, খোৱাবোৱা বন্ধ

অইল কৰ্তৃপক্ষয়ো বিষয়টোক লৈ দিয়া নাই গুৰুত্ব

স্থানীয় ৰাইজৰ মাজত ক্ষোভ, প্ৰতিবাদৰ ঢৌ

এতিয়াও ত্ৰাসৰ মাজত সময় পাৰ কৰিছে অঞ্চলবাসীয়ে

দ্বিতীয়বাৰৰ বাবে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ

বৃহস্পতিবাৰে নিশা ৬৭নং খাদত বিস্ফোৰণ

ডিৰিয়াল চাহ বাগিচাৰ গজাল বস্তিত এই ঘটনা

বিকট শব্দৰে অহৰহ নিৰ্গমন প্ৰাকৃতিক গেছ

অইল কৰ্মী-বিশেষজ্ঞৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ চেষ্টা

তৈলখাদ বিস্ফোৰণ এলেকাত জৰুৰী অৱস্থা ঘোষণা

অইলৰ আৱাসিক মুখ্য কাৰ্যবাহীৰ নিৰ্দেশনা

অঞ্চলটোৰ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ

স্থানীয় ৰাইজৰ মাজত ত্ৰাসৰ পৰিৱেশ

বৰ্তমানেও গেছ নিৰ্গমনক লৈ উত্তপ্ত পৰিস্থিতি

অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button