Covid-19

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিত সন্মুখৰ পৰা যুঁজিবলৈ আগবাঢ়ি আহিল IMF

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিত সন্মুখৰ পৰা যুঁজিবলৈ এইবাৰ আগবাঢ়ি আহিল আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধি৷ IMF এ ২০২২ বৰ্ষৰ মধ্যভাগলৈ বিশ্বৰ যোগ্য ব্যক্তিক ভেকচিন প্ৰদানত বিনিয়োগ কৰিব ৫০হাজাৰ কোটি টকা৷

বৃহৎ সংখ্যাত ভেকচিন প্ৰদানৰ জৰিয়তে ৯লাখ কোটি টকাৰ মুনাফা লাভৰ লক্ষ্য স্থিৰ কৰিছে আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button