অসমদৈনিক বাতৰি

চতুৰ্থ দিনাও উত্তাল নামৰূপ সাৰ কাৰখানা চৌহদ, ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী

চতুৰ্থ দিনাও উত্তাল নামৰূপ সাৰ কাৰখানা চৌহদ, ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী

চতুৰ্থ দিনাও উত্তাল নামৰূপ সাৰ কাৰখানা চৌহদ

ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত সত্যাগ্ৰহ কাৰ্যসূচী

সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ আছুৰ

জিলা কংগ্ৰেছেও ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদত অংশগ্ৰহণ সভাপতি ভূপেন বৰাৰ

কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰতিবাদকাৰীৰ

উল্লেখ্য যে আছুৰ সত্যাগ্ৰহ কাৰ্যসূচীত ডিব্ৰুগড় টিংখং, দুলীয়াজান, চাবুৱা, টেঙাখাত আদিৰ সস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ বিক্ষোভত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন,প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী,তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা আদি উপস্থিত থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.