অসমআঞ্চলিকদৈনিক বাতৰি

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ, ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদত উত্তাল মুৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়

হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰবিৰোধী শ্লোগান প্ৰতিবাদকাৰীৰ

cgৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটিৰ নিজা অস্হায়ী কাৰ্য্যলয়ত  দুইশতাধিক সদস্যই হাতে হাতে নানা ধৰণৰ চৰকাৰ বিৰুদ্ধী শ্লগান লিখা প্লেকাৰ্ড  লৈ  নিজা কাৰ্য্যালয়ৰ পৰা  515 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ জোনাই বজাৰৰ বক্ষ মাজেৰে  পদযাত্ৰাৰে  ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ মুখ্যমন্ত্ৰী হায় হায়, যোগান মন্ত্ৰী পদত্যাগ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, ব্যক্তিগতকৰণ বন্ধ কৰক, আদি চৰকাৰ বিৰুদ্ধী প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 13 =

Back to top button