অসমদুৰ্ঘটনা

ভয়ংকৰ অগ্নিকাণ্ডত জ্বলিল এখন হোটেল, কথমপি ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

⚫ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ অগ্নিকাণ্ড

⚫গৌৰীপুৰৰ পুষ্প হোটেলত সংঘটিত হৈছে এই ঘটনা

⚫ৰান্ধনীশালৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ

⚫অগ্নিকাণ্ডত জাহ গ’ল হোটেলখনৰ ৪টাকৈ কোঠা

⚫ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী

⚫ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কেইবাখনো প্রতিষ্ঠান

⚫অগ্নিকাণ্ডত কেইবা লক্ষাধিক সা-সম্পত্তি বিনষ্ট

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

18 − 10 =

Back to top button