অপৰাধঅসম আৰক্ষী

অনলাইন প্ৰৱঞ্চকৰ হাতত ধন হেৰাইছে নেকি? শীঘ্ৰে কোনটো নম্বৰত ডায়েল কৰিব আপুনি?

শংকিত নহৈ ডায়েল কৰিব এটা নম্বৰত। অসম আৰক্ষীয়ে আপোনাৰ সহয়ৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ।

অনলাইন প্ৰৱঞ্চনাৰ পৰা সাৱধান। অনলাইনত বিত্তীয় প্ৰৱঞ্চনাৰ বলি হৈ ইতিমধ্যে বহুতেই হেৰুৱাইছে নিজৰ সাঁচতীয়া ধন। অজ্ঞাত লোকক বিশ্বাস কৰি অথবা অজ্ঞাত লোকৰ কথাত ভোল গৈ বহু সময়ত বহুতেই নিজৰ ধন হেৰুওৱাৰ বাতৰি প্ৰায়ে প্ৰকাশিত হয়।

পিছে প্ৰৱঞ্চকৰ হাতত টকা হেৰুৱালে কি কৰিব আপুনি? শংকিত নহৈ ডায়েল কৰিব এটা নম্বৰত। অসম আৰক্ষীয়ে আপোনাৰ সহয়ৰ বাবে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। বিত্তীয় প্ৰৱঞ্চনাৰ বলি হ’লে ২৪ ঘন্টাৰ ভিতৰত ডায়েল কৰক 155260 হেল্পলাইন নম্বৰত। এই নম্বৰত ডায়েল কৰিলে শীঘ্ৰেই সহায়ৰ হাত পাব আপুনি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.