অসমউৎসৱ

এইবাৰ দীপাৱলীত গুৱাহাটীৰ এইকেইখন ঠাইত ফুটাব নোৱাৰিব ফটকা…

সাতগাঁও অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সমীপতো ফটকা ফুটোৱা নিষেধ।

দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। দীপাৱলীত মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এক নিৰ্দেশনা।

এইবাৰ গুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকা।

সাতগাঁও অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সমীপতো ফটকা ফুটোৱা নিষেধ।

দীপাৱলীত তেলৰ পাইপৰ ওচৰে পাজৰে আতচবাজী জ্বলোৱাটো নিষিদ্ধ কৰিছে আৰক্ষীয়ে । অৱশ্যে আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনাক সাধাৰণ ৰাইজে কিদৰে মানি ল’ব সেয়া কাইলৈৰ দিনটোতহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.